Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word আয়োজন from অসমীয়া dictionary with examples, synonyms and antonyms.

আয়োজন   বিশেষ্য

Meaning : কোনো কাম ভালদৰে বা উচিত ধৰণে কৰা বা তাক সম্পূর্ণ কৰিবৰ কাৰণে আয়োজন কৰা কোনো কার্য

Example : বিয়াত কইনাঘৰীয়াই বহুত ভাল ব্যৱস্থা কৰিছিল

Synonyms : ব্যৱস্থা

Meaning : ব্যৱস্থা কৰা কার্য ্বা ভাব

Example : সকলো কামৰে ব্যৱস্থাপনা ভালদৰে হোৱা উচিত

Synonyms : ব্যৱস্থাপনা, যা-যোগাৰ, যোগাৰ, সু-বন্দৱস্ত, সু-ব্যৱস্থা

Meaning : কোনো কামৰ কাৰণে প্রথমৰে পৰা কৰা ব্যৱস্থা

Example : কৃষি মন্ত্রালয়ে এখন কৃষি-মেলাৰ আয়োজন কৰিছে

Synonyms : বন্দৱস্ত, যা-যোগাৰ, যো-জা

Meaning : আগতীয়াকৈ নিয়ম-শৃংখলাৰ মাজেৰে সংগঠিত কৰা অৱস্থা বা কাম:ব্যৱস্থাপনাৰ যোগেদি যিকোনো কামেই সহজে কৰিব পাৰি

Example :

Synonyms : বন্দৱস্ত, ব্যৱস্থা, ব্যৱস্থাপনা