Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word আহ্লাদিত from অসমীয়া dictionary with examples, synonyms and antonyms.

আহ্লাদিত   বিশেষণ

Meaning : যিয়ে প্রসন্নতা লাভ কৰিছে

Example : মনোজে পদোন্নতিৰ খবৰ শুনাবৰ কাৰণে প্রফুল্ল মনেৰে ঘৰ পালেগৈ

Synonyms : আনন্দ বিহ্বল, আনন্দময়, আনন্দময়ী, আনন্দিত, উত্রাৱল, উল্লসিত, উৎফুল্ল, উৎফুল্লিত, উৰুলিকৃত, প্রফুল্ল, প্রফুল্লিত, সন্তুষ্ট, হৃষ্ট

Meaning : যিজনৰ মন আনন্দেৰে ভৰি পৰিছে:আনন্দিত হৈ থকা ব্যক্তিয়ে যিকোনো কাম ভাল ধৰণে কৰিব পাৰে

Example :

Synonyms : আনন্দ-বিহ্বল, আনন্দময়, আনন্দময়ী, আনন্দিত, উল্লসিত, উৎফুল্ল, উৎফুল্লিত, প্রফুল্ল, প্রফুল্লিত, প্রসন্ন, সন্তুষ্ট, হৃষ্ট

Meaning : যিহৰ মনোৰঞ্জন হৈছে

Example : শিশু অভিনেতাসকলে দেখুওৱা নাটক চাই সকলো আনন্দিত হʼল

Synonyms : আনন্দিত, প্রহ্লাদিত, মনোৰঞ্জিত