Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word আহাৰ-পানী from অসমীয়া dictionary with examples, synonyms and antonyms.

আহাৰ-পানী   বিশেষ্য

Meaning : ভোজন, জলপান আদিৰ সৈতে জড়িত সকলো বস্তু

Example : আপোনালোকৰ আহাৰ-পানীৰ ব্যৱস্থা এই হোটেলখনত কৰা হৈছে

Meaning : আহাৰ আৰু জল

Example : পৃথিৱীত যিমান দিন অন্নজল খাবলৈ লিখা থাকে সিমান দিনহে আমি জীয়াই থাকিম

Synonyms : অন্ন-জল, অন্নজল, দানাপানী