Subscribe
URL of the page has been copied to clipboard.
Meaning : যিটো ঠেক বা সৰু নহয়
Example : ডাঙৰ চহৰৰ মাজত এনে বিস্তৃত মৈদান দেখা নাযায়
Synonyms : বিস্তৃত
Meaning : যাৰ প্রস্থতা আছে
Example : এই ৰাষ্টাটো বৰ বহল
Synonyms : পথালি, প্রস্থ, বহল
Meaning : যʼত বতাহ চলাচল কৰাৰ কাৰণে খিৰিকি আদি থাকে
Example : তেওঁৰ ঘৰটো আহল-বহল
Synonyms : খোলা-মেলা, প্রশস্ত, মুকলি
Install App