Subscribe
URL of the page has been copied to clipboard.
Meaning : এনেকুৱাই হʼব বুলি নিশ্চিত কৰা
Example : বিশ্বাসৰ ওপৰতে দুনীয়া বর্তি আছে ভগৱানৰ ওপৰত ভৰসা ৰাখক, আপোনাৰ হেৰোৱা লʼৰা বিচাৰি পাব
Synonyms : প্রতীতি, প্রত্যয়, বিশ্বাস, ভৰসা, সঁ্জাত, সঞ্জাত
Meaning : ভাল স্বভাৱ-চৰিত্রৰ, ভাল মনৰআৰু ঠগ, কপটতা নথকা ভাব
Example : অবিনাশে সকলো কামেই বিশ্বাস সহকাৰে কৰে
Meaning : ঈশ্বৰ, ধর্ম ্বা ডাঙৰ লোকৰ প্রতি আদৰপূর্ণ ্বা পূজ্য ভাব প্রকাশ কোনো ভাল কাম
Example : ভগৱানৰ প্রতি মনত শ্রদ্ধা থকা উচিত
Synonyms : আদৰভাব, নিষ্ঠা, শ্রদ্ধা
Install App