Meaning : অসত্য বা মিছা মতা কার্য
Example :
কিছুমান মানুহ মিছা মতাত ইমানেই অভ্যস্ত হৈ পৰে যে তেওঁলোকৰ মুখৰ পৰা সত্য কথা নোলায়েই
Synonyms : মিছা মতা
Meaning : কোনো কাম বা কথাত সন্মতি নিদিয়া
Example :
তেওঁ ্ মোৰ মতটোক অস্বীকাৰ কৰিলে
Synonyms : অস্বীকাৰ কৰা, নাথুকাৰ কৰা, নুই কৰা, মানি নোলোৱা