Subscribe
URL of the page has been copied to clipboard.
Meaning : যাৰ আবাস নাই
Example : সৰযু নদীত হোৱা ডাঙৰ বানপানীয়ে হাজাৰ হাজাৰ লোকক আশ্রয়হীন কৰিলে
Synonyms : আবাসহীন, গৃহবিহীন, গৃহহাৰা, গৃহহীন, ঘৰ-বাৰীহীন, ঘৰহীন, থাকিবলৈ ঠাই নাইকিয়া-
Meaning : যিজনক সহায় কৰিবলৈ কোনো নাই
Example : সুৰেন্দ্রদেৱে অসহায় লোকক সহায় কৰি থাকে
Synonyms : অনাথ, অনাশ্রিত, অসহায়, নিঃসহায়, নিৰাশ্রয়, সম্বলহীন
Meaning : যিয়ে কʼতো আশ্রয় পোৱা নাই
Example : এই সংস্থাটোৱে নিৰাশ্রয়ী লোকক আশ্রয় প্রদান কৰে
Synonyms : অনাশ্রিত, নিৰাশ্রয়ী
Install App