Subscribe
URL of the page has been copied to clipboard.
Meaning : ৰক্ষা পোৱা স্থান
Example : অপৰাধীক আশ্রয় দিয়াটোও অপৰাধ
Synonyms : ছত্রছাঁয়া, শৰণ
Meaning : যাৰ ওপৰত কোনো বেলেগ বস্তু থিয় কৰাই ৰখা হয়
Example : যিকোনো বস্তুৰে আধাৰ মজবুত হোৱা উচিত
Synonyms : অৱলম্বন, আধাৰ
Meaning : জীৱন নি্র্বাহৰ আধাৰ
Example : বৃদ্ধকালত লʼৰা-ছোৱালীয়েই মাক-দেউতাকৰ আশ্রয় হয়
Synonyms : অৱলম্বন
Install App