Subscribe
URL of the page has been copied to clipboard.
Meaning : কাৰোবাৰ আধাৰ, আশ্রয় বা সহায়ত থকা বা পালিত হোৱা
Example : পৰজীৱী উদ্ভিদ আন উদ্ভিদৰ ওপৰত নি্র্ভৰশীল
Synonyms : অৱলম্বিত, আধাৰিত, নি্র্ভৰশীল, পৰনি্র্ভৰশীল
Meaning : যি আনৰ ওপৰত অৱলম্বন কৰি থাকে
Example : পৰাশ্রয়ী জীৱন পাৰ কৰা উচিত নহয়
Synonyms : পৰাশ্রিত, পৰাশ্রয়ী
Install App