Subscribe
URL of the page has been copied to clipboard.
Meaning : যাৰ আশা নোহোৱা হৈ গৈছে
Example : মহেশে যিকোনো কামতে নিৰাশ হৈ হাৰ মানি লয়
Synonyms : নিৰাশ
Meaning : যি আশা হেৰুৱাই পেলাইছে বা যাৰ আশা নষ্ট হৈছে
Example : বিদ্যালয়ত নামভর্তিৰ সুবিধা নোপোৱাৰ কাৰণে শ্যাম হতাশ হৈ পৰিছে
Synonyms : আশাশূন্য, নিভাৰসা, নিৰাশ, ভগ্নমনা, ভগ্নমনোৰথ, ভগ্নাশা, হতাশ
Install App