Subscribe
URL of the page has been copied to clipboard.
Meaning : যেনেকৈ আশা বা প্রত্যাশা কৰা হৈছে
Example : পৰীক্ষাত মই প্রত্যাশিত ফলাফল লাভ কৰিছোঁ
Synonyms : আশানুকূল, আশানুৰূপ, প্রতীক্ষিত, প্রত্যাশিত, মনে ভবা
Meaning : যাৰ আশা আছে
Example : মই আশান্বিত যে ্ তেওঁ নিশ্চয় আহিব
Synonyms : আশাপূর্ণ, আশাবাদী, আশাবান, ্আশাধাৰী
Install App