Subscribe
URL of the page has been copied to clipboard.
Meaning : * যিটো ভৱন কোনো বিশেষ বা মহান উদ্দেশ্যৰ বাবে সমর্পিত কৰা হয়
Example : এই মন্দিৰত অনাথ শিশুবোৰৰ পালন-পোষণ কৰা হয় মোৰ সন্তানে এতিয়া বাল্য মন্দিৰত পঢ়িবৰ বাবে যাবলৈ ধৰিছে
Synonyms : আশ্রম, মন্দিৰ
Meaning : বেৰেৰে ঘেৰি সাজি লোৱা মানুহ থকা ঠাই
Example : এই ঘৰটোত পাঁচটা কোঠা আছে
Synonyms : আবাসস্থান, গৃহ, ঘৰ, ঘৰ-দুৱাৰ, ঘৰ-বাৰী, নিলয়, হাউলি
Install App