Meaning : কোনো কথা বা কামৰ গুণ-দোষ সম্পর্কীয় বিচাৰ কৰা
Example :
মহিলা আৰক্ষণৰ বিধেয়কখনৰ ওপৰত বহুত আলোচনা কৰা হৈছে
Synonyms : আলোচনা, টীকা-টিপ্পনী, মন্তব্য
Meaning : কোনো কথাৰ বিচাৰ বা বিবেচনা কৰা
Example :
সন্মিলনত নিবনুৱা সমস্যাৰ সন্দর্ভত চিন্তা-চর্চা কৰি থকা হৈছে
Synonyms : আলোচনা, চিন্তা-চর্চা, বিচাৰ-বিবেচনা