Meaning : যাৰ ওপৰত প্রকাশ বা পোহৰ পৰিছে
Example :
চন্দ্রগ্রহ সূর্য্যৰ পোহৰেৰে প্রকাশিত হয়
Synonyms : প্রকাশিত
Meaning : পোহৰেৰে ভৰি থকা
Example :
এই কোঠাটো আলোকিত
Synonyms : আলোকপূর্ণ, আলোকময়, আলোকোজ্জ্বল, আলোময়, জ্যোতিষ্মান, জ্যোতি্র্ময়, দীপ্তিময়, প্রভাযুক্ত
Meaning : চিকমিকাই থকা
Example :
মঞ্চত বহি থকা মহাত্মাদেৱৰ উজ্জ্বল চেহেৰাই সকলোকে আকর্ষিত কৰিছিল
Synonyms : উজ্জ্বল, কান্তিযুক্ত, দীপ্তিযুক্ত, প্রোজ্জ্বল, সমুজ্জ্বল