Subscribe
URL of the page has been copied to clipboard.
Meaning : তৰকাৰী হিচাপে বেছিকৈ এবিধ কন্দ:বজাৰত আলু বাৰমাহেই পোৱা যায়
Example :
Meaning : মুখৰ ভিতৰৰ অংগ যʼত ্দাঁত গজে বা দাঁতৰ গুৰি অংশ
Example : ৰামৰ দাঁতৰ আলু ফুলিছে
Synonyms : দাঁতৰ আলু
Meaning : তৰকাৰী হিচাপে খোৱা এবিধ উদ্ভিদৰ কন্দ
Example : খেতিয়কে পথাৰত আলু ৰুই আছে
Install App