Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word আলহী-কোঠা from অসমীয়া dictionary with examples, synonyms and antonyms.

আলহী-কোঠা   বিশেষ্য

Meaning : ঘৰত অতিথিক বহাবলৈ বা সেৱা-সৎকাৰ কৰিবলৈ ব্যৱহাৰ কৰা কোঠা

Example : কৈলাশে আলহী কোঠাত নিজৰ আলহীৰ সৈতে বহি আছে

Synonyms : অতিথি কক্ষ, অতিথি-কক্ষ, আলহী কোঠা, চʼৰাঘৰ, ড্রয়িং ৰুম