Subscribe
URL of the page has been copied to clipboard.
Meaning : ঘৰ,ভৱন আদি সজাৰ পূর্বে ্তাৰ ভূমিৰ ওপৰত সাজিবলৈ লোৱা বেৰ, কোঠা আদি ৰেখাৰ সহায়ত অংকন কৰা চিত্র বিশেষ
Example : দেউতাই এই ঘৰটোৰ নক্সা নিজেই তৈয়াৰ কৰি লৈছে
Synonyms : নক্সা
Meaning : কোনো আদর্শস্বৰূপ ব্যক্তি বা কার্য, ্যাক অনুকৰণ কৰাটো নৈতিকতাৰ ভিতৰত ধৰা হয়
Example : ভগৱান ৰামৰ কার্য আধুনিক যুগৰ মানুহৰ কাৰণে এটা ভাল উদাহৰণ
Synonyms : উদাহৰণ, দৃষ্টান্ত, নজিৰ, নমুনা, নিদ্্র্শন
Meaning : কোনো বস্তু সজা বা কোনো কাম আদি কৰাৰ আগতে তৈয়াৰ কৰি লোৱা তাৰ এক ৰূপ
Example : নতুন মেচিনৰ আর্হি তৈয়াৰ কৰা হৈ গৈছে
Synonyms : নমুনা, মডেল
Meaning : যিটো দেখি বা সেই অনুসৰি কিবা কৰা বা বনোৱা হয়
Example : বৈজ্ঞানিকসকলে চৰাইৰ নমুনা চাই উৰাজাহাজৰ নি্র্মাণ কৰিছিল
Synonyms : ডিজাইন, নমুনা
Install App