Subscribe
URL of the page has been copied to clipboard.
Meaning : খোৱা কাম আৰু ঔষধত ব্যৱহাৰ কৰা কেঁ্হা সোৱাদৰ এবিধ গোলাকাৰ ফল
Example : এইখিনি আমলখিৰ আচাৰ
Synonyms : আমলকি
Meaning : খোৱা আৰু ঔষধৰ কামত অহা গোল, টেঙা ফলৰ এবিধ গছ
Example : ধুমুহাত আমলখিৰ এটা ডাল ভাগিল
Install App