Meaning : যিজনে আবেদন কৰিছে
Example :
এই পদটোৰ কাৰণে ছয় হাজাৰ আবেদকে আবেদন-পত্র দাখিল কৰিছে
Synonyms : আবেদক
Meaning : যি আবেদন কৰিছে
Example :
প্রৱন্ধকে আবেদকসকলক আজি সাক্ষাৎকাৰৰ কাৰণে মাতিছে
Synonyms : আবেদক