Meaning : পোস্তা বা আফুগছৰ দানা
Example :
আফুগুটিৰ ব্যৱহাৰ মছলা হিছাপে কৰা হয়
Synonyms : আফুগুটি, পোস্তা, পোস্তাদানা
Meaning : আফুগছৰ আঠাৰ তিতাসোৱাদৰ নিচাযুক্ত বিষাক্ত অংশ
Example :
সুৰেশৰ আফিং নোখোৱালৈকে টোপনি নাহে
Synonyms : আফিং