Subscribe
URL of the page has been copied to clipboard.
Meaning : যাৰ আপোন লোকৰ সৈতে সম্বন্ধ বা সম্পর্ক আছে
Example : আত্মীয়ৰ আগত কি লুকুৱাবা, আপুনিটো সকলো খবৰ জানে
Synonyms : আত্মীয়, আত্মীয়-স্বজন
Meaning : বহুত ওচৰৰ বা বহুত কাষৰ
Example : ৰাম মোৰ ঘনিষ্ঠ বন্ধু ৰাম আৰু শ্যামৰ মাজত অন্তৰঙ্গ বন্ধুত্ব আছে
Synonyms : অন্তৰংগ, অন্তৰঙ্গ, অন্যতম, গাঢ়, ঘনিষ্ঠ, নলে-গলে লগা, সনা-পিঠা, সহৃদয়
Meaning : যি সম্বন্ধত নিজৰ কূলৰ অথবা পৰিয়ালৰ হয়
Example : মনোহৰজী মোৰ আপোন খুৰা
Synonyms : আত্মীয়, পৰিজন, স্বজন
Install App