Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word আপত্তি from অসমীয়া dictionary with examples, synonyms and antonyms.

আপত্তি   বিশেষ্য

Meaning : কোনো কথা সঠিক বুলি মানি নʼলৈ সেই সম্পর্কে ্কোনো কথা কোৱা কার্য

Example : ভাল কাম কৰাত কাৰো আপত্তি থকা উচিত নহয়

Synonyms : বিৰোধ

Meaning : স্বীকাৰ নকৰাৰ ভাব বা কার্য

Example : প্রধান শিক্ষকে মোৰ আবেদন পত্রত অসন্মতি প্রকাশ কৰিলে

Synonyms : অগ্রাহ্য, অননুমোদন, অনিচ্ছা, অমত, অমান্তি, অসন্মতি, অসমর্থন, দ্বিমত, নামঞ্জুৰ, প্রত্যাখান, মানা

Meaning : অজুহাত দেখুওৱা কার্য ্ বাকোনো কাম নকৰিবৰ কাৰণে মিছা কাৰণ দেখুওৱা ক্রিয়া

Example : সৰু লʼৰা-ছোৱালীয়ে স্কুল নাযাবলৈ বিভিন্ন অজুহাত দেখুৱায়

Synonyms : অচিলা, অজুহাত, ওজৰ, ওজৰ-আপত্তি, কাৰণ, চেলু, দোহাই, বাহনা, বিনাকাৰণ, লেচু

Meaning : কাৰোবাৰ ব্যৱহাৰ, কার্য আদিত দুখী হৈ তেওঁৰ ্ বা তেওঁৰ সম্বন্ধীয় কোনোলোকক উদয় হোৱা দুখৰ বিষয়ে কোৱা কার্য

Example : মোৰ আপোনাৰ ওচৰত কোনো আপত্তি নাই, এতিয়া আপুনি যাব পাৰে

Synonyms : অভিযোগ, ওজৰ, ওজৰ-আপত্তি