Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word আপচু পুৰুষ from অসমীয়া dictionary with examples, synonyms and antonyms.

আপচু পুৰুষ   বিশেষ্য

Meaning : যিজন পুৰুষ দেখিবলৈ কুৰূপ

Example : ৰাঘৱ এজন আপচু পুৰুষ হৈয়ো নিজৰ আচৰণৰ দ্বাৰা সকলোৰে প্রশংসাৰ পাত্র হʼবলৈ সক্ষম হৈছে

Synonyms : কুৰূপ ব্যক্তি, বেয়া চেহেৰাৰ মানুহ