Subscribe
URL of the page has been copied to clipboard.
Meaning : পোহৰ নাই বা পোহৰৰ অভাৱ
Example : বেলি ডুব যোৱাৰ লগে লগে চাৰিওফালে আন্ধাৰ বিয়পি পৰিল
Synonyms : অন্ধকাৰ, আন্ধাৰি, আন্ধিয়াৰি, আলোকশূন্যতা, আলোকহীনতা, এন্ধাৰ, তমিস্রা, তিমিৰ, শর্বৰ
Meaning : আন্ধাৰেৰে ভৰা
Example : ভাদ মাহৰ আন্ধাৰ ৰাতি কৃষ্ণৰ জন্ম হৈছিল
Synonyms : অন্ধকাৰ, অন্ধকাৰপূর্ণ, অন্ধকাৰাচ্ছন্ন, ঘনান্ধকাৰ, তমসাচ্ছন্ন, তমসাবৃত, তিমিৰাচ্ছান্ন, তিমিৰাবৃত, ্অন্ধকাৰাবৃত
Install App