Meaning : এখনতকৈ অধিক ৰাষ্ট্র বা দেশৰ সম্বন্ধ
Example :
ভাৰতবর্ষই আন্তর্ৰাষ্ট্রীয় বাণিজ্যৰ প্রসাৰ সাধনত গুৰুত্ব দি আছে
Synonyms : আন্তর্ৰাষ্ট্রীয়
Meaning : কিছুমান বা সকলো ৰাষ্ট্রৰ সৈতে সম্বন্ধ ৰাখোঁতা
Example :
মোহনে আন্তর্ৰাষ্ট্রীয় প্রতিযোগিতাত ভাৰতবর্ষক নেতৃত্ব দিছে
Synonyms : আন্তঃৰাষ্ট্রীয়, আন্তর্জাতীয়, আন্তর্ৰাষ্ট্রীয়, বহুদেশীয়, বহুৰাষ্ট্রীয়
Meaning : কোনো দেশৰ আভ্যন্তৰীণ ক্ষেত্রত হোৱা বা তাৰে সৈতে সম্বন্ধ ৰাখোঁতা
Example :
অনুগ্রহ কৰি মোক এখন আন্তর্দেশীয় পত্র দিয়ক
Synonyms : আন্তঃদেশীয়