Meaning : অনুমানৰ ওপৰত ভিত্তি কৰি
Example :
তেওঁ কবীৰক আনুমানিকভাৱে চাৰি কিলো আটা দিলে
Synonyms : অনুমানপ্রসূত, অনুমানল্্ব্ধ, আন্তাজী, আন্দাজী
Meaning : যিটো অনুমানৰ আধাৰত ভবা বা বুজা হৈছে
Example :
ৰামৰ আনুমানিক বয়স কিমান হৈছে