Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word আনন্দ from অসমীয়া dictionary with examples, synonyms and antonyms.

আনন্দ   বিশেষ্য

Meaning : কোনো প্রিয় বা অভিষ্ট বস্তু পোৱাৰ পিছত অথবা কোনো ভাল বা শুভ কাম হোৱাৰ পিছত মনত ওপজা ভাব বা অৱস্থা:তেওঁৰ জীৱনটো আনন্দৰেই চলি আছে

Example :

Synonyms : আহ্লাদ, উচল-পাচল, উলাহ, উলাহ-বিলাহ, উল্লাস, খুচ, খুছ, তামাচা, পুলক, প্রফুল্লতা, প্রসন্নতা, লাহ-বিলাহ, স্ফূর্টি, স্ফূর্টি-তামাচা, হর্ষ, হৰষ-দৰষ, হৰিষ, ৰং, ৰং-তামাচা, ৰগৰ

Meaning : সন্তুষ্ট হোৱাৰ ভাব বা অৱস্থা

Example : ৰামৰ চেহেৰাত সন্তুষ্টিৰ ৰেঙণি আছিল

Synonyms : আহ্লাদ, উলাহ, উলাহ-বিলাহ, উল্লাস, খুচ, খুছ, প্রফুল্লতা, প্রসন্নতা, সন্তুষ্টি, সন্তোষ, স্ফূর্ত্তি, হৰিষ, ্হর্ষ

Meaning : কোনো কথাৰ পৰা হোৱা ৰুচি বা তাৰ পৰা পোৱা আনন্দ

Example : ভক্তই ভগৱানৰ কী্র্তন কৰি আনন্দ লৈ আছে

Synonyms : মজা, ৰস

Meaning : যি আনন্দ দিয়ে বা যাৰ পৰা আনন্দ বা প্রসন্নতা পোৱা যায় বা যি প্রসন্নতাৰ কাৰণ হয়

Example : আপোনাৰ সংগই মোৰ বাবে আনন্দ

Synonyms : প্রসন্নতা, সুখপ্রদ, হর্ষ, ্আনন্দদায়ক