Subscribe
URL of the page has been copied to clipboard.
Meaning : এটাক এৰি দি কোনোবা এটা
Example : বর্ধিত জনসংখ্যাৰ সমস্যাৰ সৈতে আন সমস্যাও থিয় হৈ দেখা দিছে
Synonyms : অইন, অন্য, অন্যান্য, পৰ, বেলেগ
Meaning : নিজৰ আত্মীয়-কুটুম্ব বা সমাজৰ বাহিৰৰ
Example : তেওঁ পৰৰ ্সহায়তা কৰি ভাল পায়
Synonyms : অন্য, অন্যৰ, আনৰ, পৰ, পৰৰ, লোকৰ
Meaning : দ্বিতীয় কোনো
Example : মোৰ লগত আন মানুহো আছে
Synonyms : অইন, অন্য, আৰু, বেলেগ
Install App