Subscribe
URL of the page has been copied to clipboard.
Meaning : যিটো জুইত সিজোৱাৰ পিছতো ভালদৰে সিজা নাই
Example : আজি লৰালৰিত ভাজিখন ্কেঁ্চা হৈয়ে থাকিলে
Synonyms : কেঁ্চা
Meaning : যিটো আধা পকা আৰু আধা কেঁ্চা বা আধা সিজা অৱস্থাত আছে
Example : তেওঁ ্সোনকাল হোৱাৰ কাৰণে আধাসিজা দাইলখিনিকে খাই গʼল
Synonyms : আধাকেঁ্চা, আধাপকা, ডাঁহেচিয়া
Install App