Meaning : সাক্ষী, সংকেত, প্রমাণ আদিৰ ৰূপত কৰা কোনো পূর্ব ্ঘটনা, উল্লেখ আদিৰ আলোচনা
Example :
তেখেতে কেইখনমান আদেশনামাৰ দ্বাৰা নিজৰ কথাৰ পোষকতা কৰিলে
Meaning : কোনো বিষয়ত কাৰোবাৰ মত অথবা আদেশ লোৱাৰ কাৰণে সেই বিষয় বা তাৰ সৈতে সম্বন্ধিত কাগজ-পত্র কাৰোবালৈ পঠোৱা কার্য
Example :
মই এতিয়ালৈকে একো আদেশনামা পোৱা নাই