Subscribe
URL of the page has been copied to clipboard.
Meaning : কোনো কাম কৰাৰ আগতে সেই সম্পর্কে ্আজ্ঞাৰ ৰূপত জ্যেষ্ঠজনৰ পৰা লোৱা স্বীকৃতি
Example : ডাঙৰৰ অনুমতি অবিহনে কোনো কাম কৰা উচিত নহয়
Synonyms : অনুজ্ঞা, অনুমতি, আজ্ঞা
Meaning : (ডাঙৰে সৰুক) অমুক কার্য এনেদৰেহে হোৱা উচিত বুলি কোৱা কার্য
Example : তেওঁ শিক্ষকৰ নির্দেশ অনুসৰি কাম কৰি সফল হʼল
Synonyms : অনুজ্ঞা, আজ্ঞা, দিহা, দিহা-পোহা, দিহা-যুগুতি, দেশনা, নির্দেশ, নির্দে্শনা, ফৰমাচ, ফৰমান, হুকুম
Meaning : ডাঙৰে সৰুক কোনো কামৰ কাৰণে কোৱা কার্য
Example : ডাঙৰৰ আজ্ঞা পালন কৰা উচিত
Synonyms : অনুজ্ঞা, আজ্ঞা, হুকুম
Install App