Meaning : কোনো কামৰ কাৰণে নিজকে নিজে বলিদান দিয়া কার্য
Example :
ভাৰতবর্ষক ্স্বাধীন কৰিবৰ কাৰণে ভালেমান নেতাই আত্মবলিদান দিবলগীয়া হৈছিল
Meaning : কোনো ভাল কামৰ বাবে বা আনৰ বাবে নিজৰ সুখ, লাভ আদি ত্যাগ কৰা কার্য ্বা ভাৱ
Example :
দধিচীয়ে দেৱ কল্যাণৰ বাবে আত্মত্যাগ কৰি মৃত্যুক আঁকোৱালি লʼলে
Synonyms : আত্মত্যাগ