Subscribe
URL of the page has been copied to clipboard.
Meaning : যি স্বার্থৰে ভৰা বা নিজৰ মতলব ৰ কথা ভাবে
Example : আজিৰ সমাজ স্বার্থপৰেৰে ভৰি আছে
Synonyms : মতলবী, স্বার্থপৰ
Meaning : যি স্বার্থৰে পৰিপূর্ণ ্ বা যি নিজৰ প্রয়োজন আদায় কৰি লয়
Example : স্বার্থপৰ ্ মানুহৰ পৰা আঁতৰি থাকিব লাগে
Synonyms : আত্মগ্রাহী, আত্মপৰায়ণ, আত্মসর্ব্বস্ব, স্বার্থপৰ, স্বার্থান্বেষী, ্স্বার্থপ্রণোদিত, ্স্বার্থপৰ্ায়ণ
Install App