Meaning : কোনোৱে নিজে লিখা জীৱনচৰিত্র
Example :
গান্ধীজীৰ আত্মজীৱনী পঢ়ি মই বহুত প্রভাৱিত হৈছিলোঁ
Synonyms : আত্মগাঁথা আত্মচৰিত্র, আত্মজীৱনী
Meaning : নিজৰ বিষয়ে নিজে কোৱা কথা
Example :
মহাত্মা গান্ধীৰ আত্মকথা শুনি ্তেওঁৰ শিষ্যসকল প্রভাৱিত হʼল
Synonyms : আত্মকথন