Meaning : জোৰেৰে চিঞৰা বা মতা
Example :
মাকে ভোজন কৰিবৰ বাবে পুতেকক আটাহ পাৰিলে
Synonyms : চিঞৰি মতা
Meaning : বিপদ আদিৰ সময়ত বা এনেয়ে জোৰকৈ কোৱা বা শ্্ব্দ কৰা
Example :
কুকুৰনেচীয়া বাঘটোক দেখি ভেড়াৰখীয়াটোৱে বচোৱা-বচোৱা বুলি চিঞৰ মাৰিলে
Synonyms : চিঞৰ মৰা, হাল্লা কৰা