Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word আচৰিত from অসমীয়া dictionary with examples, synonyms and antonyms.

আচৰিত   বিশেষ্য

Meaning : কোনো আশ্চর্যজনক ্ বা অদ্ভূত কাম বা ব্যাপাৰ যি সাধাৰণতে দেখিবলৈ পোৱা নাযায় আৰু যাক অলৌকিক আৰু অসম্ভৱ বুলি জনা যায়

Example : পাগল মানুহজনক ভাল কৰি বাবাজীজনে চমৎকাৰ কৰি দিলে

Synonyms : অদ্ভুত কাম, অবাক, আশ্চর্য, চমক, চমৎকাৰ, তবধ, বিস্ময়

আচৰিত   বিশেষণ

Meaning : যি ্আশ্বর্য ্প্রকাশ কৰিছে

Example : তেওঁৰ ্কাম দেখি আমি সকলো অবাক ্হʼলোঁ

Synonyms : অবাক, স্তম্ভিত