Subscribe
URL of the page has been copied to clipboard.
Meaning : পুৰুষক মোহিত কৰিবৰ কাৰণে স্ত্রীসকলে কৰা মনোমোহা চেষ্টা
Example : শীলাৰ ৰেহৰূপত প্রভাৱিত হৈয়েই বিনোদে তেওঁক বিবাহ কৰিলে
Synonyms : গঢ়-গতি, চাল-চলন, ৰেহৰূপ
Meaning : দৈনন্দিন জীৱনত কৰা কার্য ্ বা ব্যৱহাৰ
Example : সকলোৱে তেওঁৰ চৰিত্রৰ প্রশংসা কৰে
Synonyms : আচাৰ, আচাৰ-আচৰণ, আচৰণ, চাল-চলন, চৰিত্র, ঢং, স্বভাৱ, স্বভাৱ-চৰিত্র
Install App