Subscribe
URL of the page has been copied to clipboard.
Meaning : কাৰোবাৰ হাতত মজুত থকা ধনৰাশি, যি ধন লাভালাভৰ কাৰণে বেপাৰ-বাণিজ্য আদিত খটোৱা হয়
Example : এহেজাৰ টকা মূলধনেৰে আমি লাখ টকা উপার্জন কৰিব পাৰো
Synonyms : কেপিটেল, পুঁজি, মূলধন
Install App