Subscribe
URL of the page has been copied to clipboard.
Meaning : লতাজাতীয় গছত লগা এবিধ থোপাকৈ লগা সৰু মিঠা ৰসাল ফল
Example : আঙুৰৰ পৰা কিছুমান মদ তৈয়াৰ কৰা হয়
Synonyms : আঙুৰ, দ্রাক্ষা
Meaning : মিঠা আৰু ৰসাল ফল লগা এবিধ লতাজাতীয় গছ
Example : নাচিকত আঙুৰৰ খেতি বেছিকৈ হয়
Synonyms : আঙুৰ, আঙুৰ লতা
Install App