Subscribe
URL of the page has been copied to clipboard.
Meaning : আঙুলিত পিন্ধা এবিধ ঘূৰণীয়া আকাৰৰ অলংকাৰ
Example : শ্যামে সোঁহাতৰ পাঁচোটা আঙুলিতে আঙঠি পিন্ধিছে
Synonyms : আঙঠি, আঙ্গঠি, আঙ্গুষ্ঠি, আঙ্গুৰী
Meaning : শিকলিৰ ৰচীৰ এক অংশ
Example : শিকলিৰ আঙুঠি চিগি বলদটোৱে খেতিৰ ফালে দৌৰিলে
Synonyms : খাৰু
Install App