Meaning : যি আঘাত পাইছে
Example :
আঘাতপ্রাপ্তসকলক হস্পিতালত ভর্তি কৰোৱা হৈছে
Synonyms : আঘাতপ্রাপ্ত লোক, আহত, আহত ব্যক্তি, জখমী
Meaning : যি আঘাত পাইছে
Example :
ৰেল দুর্ঘটন্াত আহত লোকসকলক প্রাথমিক চিকিৎসাৰ পিছত ্ তেওঁলোকৰ গন্তব্য স্থানত থৈ অহা হʼল
Synonyms : আঘাত পোৱা, আহত, ক্ষত, ক্ষত-বিক্ষত, জখমী