Subscribe
URL of the page has been copied to clipboard.
Meaning : আঘাত পোৱাৰ কাৰণে হোৱা বেদনাময় অৱস্থা বা ভাব
Example : পিছলি পৰি যোৱাৰ কাৰণে মোহনে ভৰিত দুখ পালে
Synonyms : দুখ
Meaning : কাৰোবাৰ দ্বাৰা কৰা হানি বা অপকাৰ
Example : মোহনে সোহনৰ দোকানত জুই লগাই তাৰ আর্থিকদিশত আঘাত কৰিলে
Meaning : মৰা কার্য
Example : তেওঁ ্মাৰ সহি সহি ঠেৰেঙা লাগিল
Synonyms : পিতন, প্রহাৰ, মাৰ
Meaning : কোনো বস্তুৰ ওপৰত আন বস্তু জোৰকৈ আহি পৰি যোৱা কার্য, যʼত কেতিয়াবা কেতিয়াবা অনিষ্ট বা হানিও হয়
Example : তেওঁ ্ লাঠিৰে মোক আঘাত কৰিলে
Synonyms : কোব, ঘা, চোট, জখম, প্রহাৰ, মাৰ
Install App