Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word আগৰ from অসমীয়া dictionary with examples, synonyms and antonyms.

আগৰ   বিশেষণ

Meaning : সময় বা ক্রমৰ দৃষ্টিৰে আগৰ সময়ৰ বা ক্রমৰ

Example : পুৰণি ্ভাৰতবর্ষ আৰু আজিৰ ভাৰতবর্ষৰ ্মাজত ভালেখিনি পার্থক্য আছে

Synonyms : পুৰণি, পূর্বৰ, প্রথমৰ

Meaning : একৰ পিছৰ

Example : আগৰ ব্যক্তি কোন আছে

Meaning : যি আগফালৰ বা সন্মুখ ফালৰ

Example : এই বাহনখনৰ অগ্রভাগ ভাঙিল

Synonyms : অগ্র, অগ্রিম, আগমুৱা, আগলি, পূর্ব, সন্মুখস্থ, সন্মুখৰ, সন্মুখৱর্তী, ্অগ্রৱর্তী