Meaning : কাল, ঘটনা, স্থিতি আদিৰ ক্রমিক বিচাৰত আগত বা পূর্বত
Example :
তেওঁৰ ঘৰতো পোৱাৰ আগতে এটা পুল পোৱা যায়
Synonyms : আগতে
Meaning : সকলোতকৈ আগত........
Example :
পথপ্রদর্শকজনে আমাক বাট দেখুৱাবলৈ আগে আগে গৈ আছিল
Synonyms : আগত, সকলোতকৈ আগত