Meaning : সন্মুখৰ ফাল
Example :
তেওঁ ্ লাহে লাহে আগলৈ গৈ আছে
Synonyms : আগপিনে, আগফাললৈ, আগফালে, মুখৰ ফালে, সন্মুখলৈ, সন্মুখৰ দিশে, সন্মুখৰ ফালে
Meaning : আগত আহিবলগীয়া সময়
Example :
ভৱিষ্যতে কাৰ কি হʼবলগা আছে কোনেও নাজানে
Synonyms : ভৱিষ্যত কালত, ভৱিষ্যতে
Meaning : ঠিক এই সময়ৰ পিছৰ পৰাই
Example :
আজিৰ পৰা এনে ভুল আগলৈ নকৰিবা