Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word আগতে from অসমীয়া dictionary with examples, synonyms and antonyms.

আগতে   ক্ৰিয়া বিশেষণ

Meaning : কাল, ঘটনা, স্থিতি আদিৰ ক্রমিক বিচাৰত আগত বা পূর্বত

Example : তেওঁৰ ঘৰতো পোৱাৰ আগতে এটা পুল পোৱা যায়

Synonyms : আগে আগে

Meaning : নি্র্ধাৰিত সময়তকৈ আগৰ

Example : মই তেওঁক ্ আগৰে পৰা জানো

Synonyms : অতীজৰে পৰা, আগৰে পৰা, ইতিপূর্বে, ইয়াৰ আগতে, পূর্বতঃ, পূর্বে, পূর্ৱতে

Meaning : পাৰ হৈ যোৱা সময়তে:অতীততে হৈ যোৱা ঘটনা মনত পেলাই তেওঁ কান্দিবলৈ ধৰিলে

Example :

Synonyms : অতীজতে, অতীততে, গত কালৰ, বিগত সময়ৰ