Meaning : কাৰোবাৰ সন্মুখ বা উপস্থিতিত
Example :
অপৰাধীটো দণ্ডাধীশৰ সন্মুখত হাজিৰ হʼল
Synonyms : সন্মুখত
Meaning : সকলোতকৈ আগত........
Example :
পথপ্রদর্শকজনে আমাক বাট দেখুৱাবলৈ আগে আগে গৈ আছিল
Synonyms : আগে আগে, সকলোতকৈ আগত