Subscribe
URL of the page has been copied to clipboard.
Meaning : আকাশৰ ৰঙৰ বা পাতল নীলা ৰঙৰ
Example : চিত্রকৰে ছবিখনৰ কিছু অংশ আকাশী ৰঙেৰে বোলাই আছে
Synonyms : আকাশী ৰং
Meaning : বতাহ বা হাৱাত হোৱা
Example : মই আকাশী ভ্রমণৰ অভিজ্ঞতা লʼব বিচাৰোঁ
Synonyms : বতাহী
Meaning : আকাশৰ ৰঙৰ বা পাতল নীলা
Example : শ্যামে আকাশী কামিজ পিন্ধি আছিল
Meaning : আকাশৰ সৈতে সম্পর্কিত
Example : আকাশৰ বিজুলী পৰি এজন ব্যক্তিৰ মৃত্যু হʼল
Synonyms : আকাশৰ
Install App