Meaning : অকস্মাৎ হোৱা
Example :
সোহনৰ আকস্মিক মৃত্যুৱে তেওঁৰ পৰিয়ালক পংগু কৰি তুলিলে
Synonyms : অতর্কিত ; অপ্রত্যাশিত, অনপেক্ষিত
Meaning : অনতি পলমে বা অতি খৰ খেদাকৈ
Example :
তেওঁ আকস্মিক বক্তৃতা প্রতিযোগিতাত ভাগ লʼলে