Subscribe
URL of the page has been copied to clipboard.
Meaning : কাৰোবাৰ আজ্ঞা বা কথা নমনা কার্য ্বা ভাব
Example : ডাঙৰৰ আদেশ অৱজ্ঞা কৰিব নাপায় বুলি আমাক সৰুৰে পৰাই শিকোৱা হয়
Synonyms : অগ্রাহ্য, অনাদৰ, অৱজ্ঞা, অৱহেলা, আওকাণ, উপেক্ষা, হেলা, হেলা-ওটা
Install App